Begin typing your search above and press return to search.

পোষান অভিযানৰ কৰ্মশালা অনুষ্ঠিত

পোষান অভিযানৰ কৰ্মশালা অনুষ্ঠিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2018 9:26 AM GMT

মহিলা আৰু শিশু বিকাশ আৰু সমাজ কল্যাণ বিভাগ,অসমে ইউনিচেফৰ সৈতে লগ হৈ যোৱা সোমবাৰে শংকৰদেৱ কলাক্ষেত্ৰত এদিনীয়াকে নৰ্থ-ইষ্টাৰ্ন পৰ্য্যায়ত পোষাণ অভিযান কৰ্মশালা অনুষ্ঠিত হয়।

ৰাজ্যিক সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মাই উদ্ধোধনী অনুষ্ঠানত পোষাণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে, বক্তৃতা প্ৰদান কৰে।ইয়াৰ উপৰিও এই অভিযানৰ মুল লক্ষ্য হিচাপে শিশুৰ পুষ্টি আৰু ভিন্ন ৰোগ যেনে; এনিমিয়া,ডায়েৰীয়া আদিৰ ৰোগ সমূহৰ নিয়ন্ত্ৰণ আৰু ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহনৰ কথা সদৰী কৰে।পোষাণ অভিযান খন ২০১৮ চনৰ ৮মাৰ্চত ৰাজস্থানৰ ঝুনঝুনৰ প্ৰধান মন্ত্ৰীয়ে শুভাৰম্ভ কৰিছিল।

Next Story
চাকৰি