'প্লাষ্টিক বন্ধ কৰাই সমস্যাৰ সমাধান নহয়,মানুহে নিজে পৰিৱেশ সংৰক্ষন কৰিব লাগে'

Published on

ধুবুৰী জিলাত অনুষ্ঠিত হোৱা 'স্বচ্ছতাই সেৱা'ৰ সামৰনি অনুষ্ঠানত ধুবুৰীৰ জিলা উপায়ুক্ত আনন্ত লাল জ্ঞানীয়ে মত প্ৰকাশ কৰি কয় যে; কেৱল প্লাষ্টিক বন্ধ কৰিলে নহব যেতিয়ালৈ মানুহে নিজে অনুভৱ নকৰে । অনুষ্ঠান খন মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনা খন আয়োজন কৰে ধুবুৰী জিলাৰ জল আৰু চেনিটেশ্যন কমিটিয়ে ।

জ্ঞানীয়ে মত প্ৰকাশ কৰি কয় যে; বৰ্তমানৰ পৰিস্থিতি নিয়ন্ত্ৰনৰ বাহিৰত হৈ পৰিছে যাৰ বাবে মানুহে নিজে নুবুজে যে নিজৰ চৌপাশ খিনি চাফা কৰি ৰাখিব লাগে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com