Begin typing your search above and press return to search.

'প্লাষ্টিক বন্ধ কৰাই সমস্যাৰ সমাধান নহয়,মানুহে নিজে পৰিৱেশ সংৰক্ষন কৰিব লাগে'

প্লাষ্টিক বন্ধ কৰাই সমস্যাৰ সমাধান নহয়,মানুহে নিজে পৰিৱেশ সংৰক্ষন কৰিব লাগে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2018 6:57 AM GMT

ধুবুৰী জিলাত অনুষ্ঠিত হোৱা 'স্বচ্ছতাই সেৱা'ৰ সামৰনি অনুষ্ঠানত ধুবুৰীৰ জিলা উপায়ুক্ত আনন্ত লাল জ্ঞানীয়ে মত প্ৰকাশ কৰি কয় যে; কেৱল প্লাষ্টিক বন্ধ কৰিলে নহব যেতিয়ালৈ মানুহে নিজে অনুভৱ নকৰে । অনুষ্ঠান খন মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনা খন আয়োজন কৰে ধুবুৰী জিলাৰ জল আৰু চেনিটেশ্যন কমিটিয়ে ।

জ্ঞানীয়ে মত প্ৰকাশ কৰি কয় যে; বৰ্তমানৰ পৰিস্থিতি নিয়ন্ত্ৰনৰ বাহিৰত হৈ পৰিছে যাৰ বাবে মানুহে নিজে নুবুজে যে নিজৰ চৌপাশ খিনি চাফা কৰি ৰাখিব লাগে ।

Next Story
চাকৰি