Begin typing your search above and press return to search.

প্ৰকাশ পালে এনআৰচিৰ চূড়ান্ত খচৰা

প্ৰকাশ পালে এনআৰচিৰ চূড়ান্ত খচৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2018 6:28 AM GMT

সমগ্ৰ অসমবাসী ৰাইজৰ বাবে ঐতিহাসিক দিন হিচাপে পৰিগনিত হল ৩০ জুলাইৰ দিনটো।অসমীয়া ৰাইজৰ ৰক্ষা কৱচ এনআৰচিত ৩ কোটি ২৯ লাখ লোকে আবেদন কৰিছিল। ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছে।ভাৰতৰ ৰেজিষ্টাৰ জেনেৰেল চেইলেচে কয় যে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ আজিৰ দিনতো অসমবাসীৰ বাবে ঐতিহাসিক দিন।সত্যেন্দ্ৰ গাৰ্গে সকলোকে শান্তি বৰ্তায় ৰাখিবলৈ অনুৰোধ জনায়।লগতে কয় যে যি সকলৰ নাম অহা নাই তেওঁলোকে দাবী জনোৱাৰ সুযোগ লাভ কৰিব।

Next Story
চাকৰি