প্ৰকাশ পালে শান্তি গগৈৰ অট'বায়গ্ৰাফী সোঁৱৰণিৰ ৰঙীন পাট

প্ৰকাশ পালে শান্তি গগৈৰ অট'বায়গ্ৰাফী সোঁৱৰণিৰ ৰঙীন পাট
Published on

ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কিতাপ প্ৰকাশৰ এক অনুষ্ঠানত অসমৰ প্ৰাক্তন মু্খ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী তথা সমাজ সেৱিকা শান্তি গগৈৰ লিখা কিতাপ 'সোঁৱৰণিৰ ৰঙীণ পাট' নামৰ কিতাপ এখন প্ৰকাশ কৰে।অনুষ্ঠান খনত ভাৰতীয় পৰৱৰ্ত্তী ন্যায়ধীশ ৰঞ্জন গগৈও উপস্থিত থাকে।

ইয়াৰোপৰি অনুষ্ঠান খনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়া,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক অলক কুমাৰ বুঢ়াগোঁহাই আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ নিউৰলজি বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ডাঃ নাৰায়ন উপাধ্যায়ও উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com