Begin typing your search above and press return to search.
প্ৰকৃত ভাৰতীয়ৰ নাম এনআৰচিৰ পৰা বাদ নপৰে : জগদীশ মুখী

অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে আজি সংবাদ মাধ্যমক এন আৰচি সম্পৰ্কত জানিবলৈ দিয়ে কোনো প্ৰকৃত ভাৰতীয় লোকৰ শংকাৰ কোনো কাৰন নাই,প্ৰকাশ পোৱা এনআৰচি খন খচৰাহে,চূড়ান্ত নহয়।বাদ পৰা সকলে আবেদন আৰু দাবী উত্থাপন কৰিব পাৰিব তাৰ পাছতহে চূড়ান্ত খচৰা প্ৰকাশ হব। প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কোনোকাৰনতে বাদ নপৰে।এনআৰচি প্ৰকাশ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ ঐতিহাসিক পদক্ষেপ,দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমৰ খিলঞ্জীয়া লোকসকল আৰু অসম চুক্তিৰ আধাৰত এনআৰচি প্ৰস্তুত কৰা হৈছে।
Next Story