Begin typing your search above and press return to search.

প্ৰথমবাৰৰ বাবে চালে আৰাধ্যা বচ্চনে মাতৃ ঐশ্বৰিয়া ৰায় বচ্চনৰ ছবি

প্ৰথমবাৰৰ বাবে চালে আৰাধ্যা বচ্চনে মাতৃ ঐশ্বৰিয়া ৰায় বচ্চনৰ ছবি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:59 AM GMT

যোৱা শুক্ৰবাৰে মুক্তি লাভ কৰা মিছ ডিভা তথা বলীউদৰ অন্যতম মোহময়ী অভিনেত্ৰী ঐশ্বৰিয়া ৰায় বচ্চনৰ "ফানেই খান" মুক্তি পায়।ছবি খনত ঐশ্বৰিয়া ৰায় বচ্চনৰ উপৰিও অনিল কাপুৰ আৰু ৰাজকুমাৰ ৰাওে অভিনয় কৰিছে।

জানিব পৰা মতে,অলপতে হৈ যোৱা কোনো এক সাক্ষাৎকাৰত ঐশ্বৰিয়াই মত প্ৰকাশ কৰি কয় যে,তেওঁৰ কন্যা তথা ঐশ্বৰিয়াৰ জীয়ৰী আৰাধ্যা বচ্চনে পোন প্ৰথমবাৰৰ বাবে মাকৰ ছবি "ফানেই খান" উপভোগ কৰিলে।

Next Story
চাকৰি