Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সদৌ মৰাণ ছাত্ৰ সন্থা(আমছু)ৰ স্মাৰক পত্ৰ প্ৰেৰণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সদৌ মৰাণ ছাত্ৰ সন্থা(আমছু)ৰ স্মাৰক পত্ৰ প্ৰেৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2018 7:00 AM GMT

যোৱা দেওবাৰে দিল্লীত সদৌ মৰাণ ছাত্ৰ সন্থা(আমছু)ই জনজাতিকৰণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদৰ অন্তত আমছুৰ বিষয়ববীয়া সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি দাবী জনায় যে অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ সম্প্ৰদায় লোকসকলক কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে জনজাতি মৰ্য্যদা প্ৰদান কৰি ভাৰতীয় জনজাতিৰ তালিকাৰ সন্নিবিষ্ট কৰিব লাগে।ইয়াৰ লগতে মৰাণ সকলৰ উন্নতিৰ পথত আগবাঢ়ি যাবলৈ অসমত এটি সঞ্চালকালয় স্থাপন কৰিব লাগে বুলিও কেন্দ্ৰীয় চৰকাৰ দাবী জনায় আমছুৱে।

Next Story
চাকৰি