Top
Begin typing your search above and press return to search.

প্ৰশ্নৰ সন্মুখীন আইচিআইচিআই চিইঅ’ চন্দা ক’চাৰ

প্ৰশ্নৰ সন্মুখীন আইচিআইচিআই চিইঅ’ চন্দা ক’চাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2019 7:29 AM GMT

এনফৰ্চমেন্ট ডাইৰেক্ট’ৰেটে শনিবাৰে আইচিআইচিআই বেংকৰ চিইঅ’ চন্দ্ৰা কোচৰ আৰু তেওঁৰ স্বামীক দীপিক কোচৰক আৰু ভিডিঅ’কন গ্ৰুপৰ প্ৰমোটৰ বেনুগোপাল ধুতৰ লগত তদন্ত কৰে ৷ উল্লেখ্য যে,বেংকৰ এটি কৰ্পৰেট সংন্থাৰ পৰা ১৮৭৫ কোটি টকাৰ ঋণ মঞ্জুৰী দিয়াৰ কাৰণে তদন্ত কৰা হৈছে তেওঁলোকক । এই মন্তব্য এটা সংন্থাৰ ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story