Begin typing your search above and press return to search.
প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাৰ জৰিয়তে প্ৰকাশ 'লাচ ভেগাচ'ৰ ফটো

গল্ডেন হাৰ্ট এৱাৰ্ড অনুষ্ঠানৰ পিছতে প্ৰিয়ংকা চোপ্ৰাক দেখা পোৱা গ'ল এক বিশেষ ৰূপত । নিজ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে "লাচ ভেগাচ'ৰ কেইখন মান সুন্দৰ ফটো ।
প্ৰিয়ংকাৰ মতে; সুখী তথা হাঁহি থকা ছোৱালী সদায়ে ধুনীয়া হয় ।আৰু এই কথাৰ প্ৰমান দিলে তলত প্ৰকাশ কৰা ফটো কেইখনে । প্ৰিয়ংকাক অলপতে দেখা পোৱা গ'ল লঢ়চ ভেগাচত,কোৱাণ্টিক' অভিনেত্ৰী প্ৰিয়ংকাই প্ৰকাশ কৰিলে কিছুমান সুন্দৰ ফটো । প্ৰিয়ংকাই পৰিধান কৰিছে ষ্টিভেন খলিল ঊল টেইলৰ্ডৰ জেকেটৰ সৈতে শ্ৰী অৰগেঞ্জা স্কাৰ্ট ।
https://www.instagram.com/p/BpI2xw2DCms/?utm_source=ig_embed
https://www.instagram.com/p/BpIYfmADQNY/?taken-by=priyankachopra
Next Story