Begin typing your search above and press return to search.

প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশৰ লক্ষ্যৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে জাৰ্মানী

প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশৰ লক্ষ্যৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে জাৰ্মানী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2018 12:17 PM GMT

ডিফেন্ডিং চেম্পিয়ন জাৰ্মানী বুধবাৰে কাজান এৰেনা ষ্ট্ৰেডিয়ামত অনুস্থিত গ্ৰুপ এফ'ৰ অন্য এখন খেলত এচিয়াৰ শক্তি দক্ষিণ কোৰিয়াৰ মুখামুখি হব।জাৰ্মানীয়ে দুখন খেলত ৩ পইন্ট অৰ্জন কৰাৰ বিপৰিতে দঃকোৰিয়া দুয়োখন খেলতে পৰাজয় বৰণ কৰিছে।তাৰকা সমৃদ্ধ দল জাৰ্মানী ফেভাৰেট হিচাপে অৱতীৰ্ন হলেও দঃকোৰিয়াই যে সহজে এৰি নিদিয়ে সেয়া নিশ্চিত।

Next Story