Begin typing your search above and press return to search.

প্ৰয়োজনীয় দাবী পূৰণ কাৰণে চিটী বাছ চালক সন্থাৰ ধৰ্মঘট

প্ৰয়োজনীয় দাবী পূৰণ কাৰণে চিটী বাছ চালক সন্থাৰ ধৰ্মঘট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2019 9:51 AM GMT

চিটী বাছ চালক সন্থাৰ বুধবাৰে কৰা ধৰ্মঘটৰ পিছতে চিটী বাছ এছ’চিয়েশ্যনে জিলা পৰিবহন বিষয়াৰ (DTO) লগত এখন বৈঠক অনুষ্ঠিত কৰে ৷ আৰু ৪ টা দাবী উত্থাপন কৰে ৷লগতে এছ’চিয়েশ্যনে মন্তব্য কৰে যে হেণ্ডিমেন সকলৰ অনুপস্থিতি দুৰ্ঘটনা সংঘটিত হ’ব পাৰে ৷ লগতে চিটী বাছ সমূহত ড্ৰাইভাৰৰ ফ’টো লগোৱা প্ৰক্ৰিয়াটো নিৰৰ্থক কাৰণ,কামত নিযুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত সকলো প্ৰয়োজনীয় নথি পত্ৰ জমা দিয়ে তেওঁলোকে ৷

অন্যহাতে, বাছ আস্থানসমূহত ৰ’ব লগা সময় সন্দৰ্ভত কয় যে,ব্যক্তিগত বাহনসমূহে আস্থানসমূহত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব ৷ এই সকলোবোৰ তথ্যৰে পাঞ্জাবাৰী চিটী বাছ সংস্থাৰ সভাপতিক জনোৱা হয়। উল্লেখ্য যে,দুদিনীয় ধৰ্মঘটৰ কাৰ্যসূচী বাছ ড্ৰাইভাৰ সকলে যুটীয়া ভাৱে অনুস্থিত কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি