Begin typing your search above and press return to search.

পৰিনীতি চোপ্ৰা আৰু অৰ্জুন কাপুৰৰ আহিবলগা ছবি "নমস্তে ইংলেণ্ড" পোষ্টাৰ মুকলি

পৰিনীতি চোপ্ৰা আৰু অৰ্জুন কাপুৰৰ আহিবলগা ছবি নমস্তে ইংলেণ্ড পোষ্টাৰ মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-03-14T17:18:51+05:30

ইষ্ককবাজ ছবিৰ অভিনেত্ৰী আৰু অভিনেতা পৰিনীতি চোপ্ৰা আৰু অৰ্জুন কাপুৰে পুনৰ বাৰৰ বাবে একেলগে দেখা পোৱা যাব।দুয়োজন অভিনেতা-অভিনেত্ৰীক পুনৰ একেলগে সন্দিপ অৰ পিংকি ফাৰাৰ আৰু নমস্তে ইংলেণ্ড'ত।

"নমস্তে ইংলেণ্ড"ৰ ছবি খনৰ নতুনকৈ দুখন পোষ্টাৰ প্ৰকাশ পাইছে।ইতিমধ্যে পোষ্টাৰ দুখন ইণ্টাৰনেটত উভৈনদী হৈ পৰিছে।পোষ্টাৰ খনত দুয়োজন অভিনেতা-অভিনেত্ৰী আউটফিত ইংলেণ্ডৰ পতাকা খনৰ ৰূপত দেখা গৈছে।পোষ্টাৰ খনৰ টেগলাইন টো হৈছে,"লাভ কেন ট্ৰেভেল এনি ডিষ্টেনচ"।ছবি খনৰ প্ৰযোজক আৰু নিৰ্দেশক বিপুল আমৰুতলাল চাহ। 'নমস্তে ইংলেণ্ড'ছবি খন যুৱ প্ৰজন্ম সকলৰ বাবে এখন সুন্দৰ ছবি য'ত জচমিত আৰু পৰম দুটা ব্যক্তিগত চৰিত্ৰ ৰূপায়ন কৰা হৈছে।চৰিত্ৰ দুটাত অভিনয় কৰিছে অৰ্জুন আৰু পৰিনীতিয়ে।আৰু ছবি খনতৰ অনুসৰি অৰ্জুন আৰু পৰিনীতিৰ ভাল পোৱা সম্পৰ্কটো পঞ্জাৱৰ পৰা ঢ়াকালৈ,পেৰিচ,ব্ৰুচেল আৰু লণ্ডনলৈ দেখুওৱা হ'ব।

ছবি খন ডিচেম্বৰত ৭ তাৰিখে স্ক্ৰিনিং হিট কৰিবলৈ স্থাপিত কৰা হৈছিল কিন্তু ছবি খন থিয়েটাৰ তথা হল সমূহত অক্টোবৰ ১৯তাৰিখে মুক্তি পাব।

Next Story