Begin typing your search above and press return to search.
বকোৰ টুপামাৰি গাঁৱত বিধ্বংসী অগ্নিকাণ্ড

এক বিধ্বংসী অংগ্নিকাণ্ড সংঘটিত হয় বকোত ৷ বকোৰ টুপামাৰী গাঁৱত হোৱা এই অগ্নিকাণ্ডত ভস্মীভূত হয় তিনিটা বাসগৃহৰ তিনিটা পৰিয়াল ৷ ইফালে অগ্নিকাণ্ডটো হোৱাৰ পিছতে স্থানীয় লোক আৰু চিআইএছএফৰ বাহিনীয়ে অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ এক তথ্য অনুসৰি ভয়াবহ অগ্নিকাণ্ডটোত প্ৰায় ১০ লাখ টকাৰ সম্পত্তি ধ্বংস হয় ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি
Next Story