Begin typing your search above and press return to search.

বঙাইগাঁৱত কিতাপৰ মেলা

বঙাইগাঁৱত কিতাপৰ মেলা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Oct 2018 6:31 AM GMT

বঙাইগাঁৱ কিতাপ মেলা কমিটিয়ে বঙাইগাঁৱ জিলা কমিটীৰ সৈতে ২৪ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ বঙাইগাঁৱৰ গান্ধী খেলপথাৰত কিতাপৰ মেলাৰ আয়োজন কৰা হ'ব । কমিটি খনৰ অধ্যক্ষয়ে মত সদৰী কৰা অনুসৰি কিতাপৰ মেলা খন উদ্ধোধন কৰিব মন্ত্ৰী ফনী ভূষন চৌধুৰী আৰু লগতে অন্যান্য বিশিষ্ট ব্যক্তি কুলধৰ শইকীয়া,অসমৰ ডিজিপি আৰু লেখক বাবুল শৰ্মা উপস্থিত থকাৰ লগতে বঙাইগাঁও জিলা উপায়ুক্তও উপস্থিত থাকিব ।অক্টোবৰৰ ২৫ তাৰিখে বিশিষ্ট কবি নিলিম কুমাৰৰ বিশেষ অনুষ্ঠান 'বাৰ্তালাপ' এক অনুষ্ঠান আয়োজন কৰা হ'ব । সামৰনি অনুষ্ঠানত অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া হৰেকৃষ্ণ ডেকা আৰু অন্যান্য বিশিষ্ট সন্মানীয় লেখক সকল উপস্থিত থাকিব । আৰু পাঠক তথা পঢুৱৈ সকলৰ মন আকৰ্ষন কৰাকৈ এক সুস্বাদু পৰম্পৰাগত খাদ্যৰ দোকানো কিতাপৰ মেলা খনত থাকিব। ইয়াৰোপৰি স্মাৰকগ্ৰন্থ "সৃষ্টি" প্ৰকাশ কৰা হ'ব বুলি কমিটি খনৰ অধ্যক্ষ গৰাকীয়ে জানিব দিয়ে ।

Next Story
চাকৰি