Begin typing your search above and press return to search.

বন্ধ হ'ল ৰাজ্যৰ দ্বিতীয়টো ছবিগৃহ

বন্ধ হল ৰাজ্যৰ দ্বিতীয়টো ছবিগৃহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2018 11:36 AM GMT

অসমীয়া ছবি জগতৰ বাবে এক দুখবৰ।বন্ধ হ'ল শিৱসাগৰৰ মাজমজিয়াত অৱস্থিত লক্ষ্মী টকীজ নামৰ পুৰনি ছবি গৃহটো৷ ১৯৩৭ চনত ৰামনিৱাস খেমকা পৰিয়ালে শিৱসাগৰৰ মাজমজিয়াত নিৰ্মাণ কৰিছিল এই ছবিগৃহটো ৷ বহু লোকচানৰ সন্মুখীন হৈয়ে ৮১ বছৰীয়া হোৱা চিনেমাগৃহটো বন্ধ কৰিবলৈ বাধ্য হয় বুলি চিনেমা হলটোৰ মালিক পক্ষই জানিবলৈ দিয়ে ৷

Next Story