বলীউদ গায়িকা তথা অসম সন্তান নাহিদ জিলিকিল এইবাৰ মেট্ৰিকত

বলীউদ গায়িকা তথা অসম সন্তান নাহিদ জিলিকিল এইবাৰ মেট্ৰিকত
Published on: 

ইণ্ডিয়ান আইদল জুনিয়ৰৰ বিজয়ী নাহিদ আফ্ৰিন এইবাৰ সুনাম কঢ়িয়াই আনিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। মুঠ ৫৪৯ নম্বৰসহ ডিষ্টিংচন পাবলৈ সক্ষম হয় নাহিদে।সুখ্যাতিৰে উৰ্ত্তীন হোৱা নাহিদে আগন্তুক সময়ত বিজ্ঞান বিভাগত পঢ়িব বুলি মত প্ৰকাশ কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com