নগাঁৱ জিলাৰ গীতাঞ্জলি জুনিয়ৰ ক'লেজৰ পৰা বাণিজ্য শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।লগতে সেই একেখন ক'লেজৰ পৰা একে শাখাতে আৰু দুগৰাকী ছাত্ৰী ক্ৰমে ৰাধীকা আগৰৱালে চতুৰ্থ স্থান আৰু চিংকী চেতিয়াই অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়।
Begin typing your search above and press return to search.