বানপানী জৰ্জৰিত ৰাজ্যসমূহলৈ সহায়ৰ আশ্বাস কেন্দ্ৰৰ

বানপানী জৰ্জৰিত ৰাজ্যসমূহলৈ সহায়ৰ আশ্বাস কেন্দ্ৰৰ
Published on

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কয় যে বানপানী জৰ্জৰিত ৰাজ্যসমূহলৈ বানপানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ কেন্দ্ৰই সকলো ধৰণৰ সাহাৰ্য্য প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্টপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত নিতি আয়োগৰ গভৰ্ণিং কাউন্সিলৰ ৪ৰ্থ খন সভাত মূখ্যমন্ত্ৰী আৰু চৰকাৰৰ অন্যান্য বিষয়াসকলক উদ্দেশ্য কৰি বক্তব্য ৰাখে। নিতি আয়োগে নিৰ্ধাৰণ কৰা ১১৫ খন আকাংক্ষিত জিলাৰ ভিতৰত ৰাজ্যসমূহে ইয়াৰ উন্নয়নখণ্ড সমূহৰ ভিতৰত আকাংক্ষিত ৰাজহুৱা খণ্ড নিৰ্ধাৰণ কৰিবলৈ নিজাববীয়া ব্যৱস্থা গ্ৰহন কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com