Begin typing your search above and press return to search.

বাৰ্কৰ তথ্য অনুসৰি নাগিন-৩ ৰ স্থান শীৰ্ষত

বাৰ্কৰ তথ্য অনুসৰি নাগিন-৩ ৰ স্থান শীৰ্ষত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 July 2018 11:54 AM GMT

বাৰ্কে দিয়া ৰিপৰ্টে প্ৰতিবাৰে চমক খোৱাই। নতুনকৈ অহা কিছুমান অনুষ্ঠানৰ বাবে পুৰণি কিছুমান ধাৰাবাহিক নাইবা অনুষ্ঠান পিছ পৰি যোৱা পৰিলক্ষিত হৈছে।তলত জনপ্ৰিয় অনুষ্ঠান সমূহৰ বাৰ্ক ৰিপৰ্ট দেখুওৱা হ'ল,,

নাগিন-৩ : এই ধাৰাবাহিক খনে এই সপ্তাহলৈ ৫বাৰ কৈ শীৰ্ষ স্থানত আহিবলৈ সক্ষম হৈছে। মুঠ ৯.৭ শতাংশ পায় এইবাৰি শীৰ্ষ স্থানত নাগিন-৩ ।

ডাঞ্ছ ডিৱানে : ৬.৮

কুণ্ডলী ভাগ্য : ৬.৬

য়ে ৰিষ্টা কিয়া কেহলতা হে : ৬.২

ইষ্ক চুভানাল্লাহ : ৬.০

Next Story