Begin typing your search above and press return to search.

বিগ বছ১২ ৰ চূড়ান্ত তালিকা প্ৰকাশ

বিগ বছ১২ ৰ চূড়ান্ত তালিকা প্ৰকাশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2018 1:06 PM GMT

যোৱা ১১বছৰ ধৰি সকলোৰে জনপ্ৰিয়,প্ৰিয় কালাৰ্ছ চেনেলত সম্প্ৰচাৰিত হোৱা "বিগ বছ১২"ৰ ফাইনেল তথা চূড়ান্ত প্ৰতিযোগী সকলৰ নাম প্ৰকাশ পালে।

চুপাৰষ্টাৰ চলমান খানে আঁতধৰা অনুষ্ঠানটি সকলোৰে মাজত জনপ্ৰিয়।বিগ বছৰ১২ৰ এইবাৰৰ ঘৰটো অতি সুন্দৰ গ্লাছৰে সজোৱা থাকিব।অনুৰাগী সকলৰ মনত বিভিন্ন তাৰকা সকলৰ নাম যেনে,গুৰমিত-দেৱিনা,মিলান্দ-অংকিতা,পুৰু বিভা আৰু অন্যান্য কিছুমান নাম মুখত আহিছে যদিও তাৰে কিছুমানৰ নাম বৰ্তমান ফাইনেল হৈছে।

সংবাদ মাধ্যমৰ লগত মুখামুখি হওঁতে বিগ বছ নিৰ্মাতাই মত সদৰী কৰে,এইবাৰৰ বিগ বছ১২ প্ৰথকটি চেলিব্ৰেটী জড়ী তথা সম্পত্তী ভাৰতী সিং আৰু হাৰ্ষ লিম্বাচিয়াৰ নাম।

এতিয়ালৈ চুড়ান্ত হোৱা প্ৰতিযোগী সকলৰ ভিতৰত তেওঁলোক হ'ল……কৰনবীৰ বহৰা,দিপীকা কাক্কৰ,সৃষ্টী ৰোডে,চুমিয়াৰ পশ্ৰিকা(পম্মী আণ্টি),অনুপ জালুটা,নেহা পেনদেশ,এছ শ্ৰীচান্থ,স্কেৰ্লেট ৰোজ,ৰাজীৱ সেন,জচলিন মাথুৰ আদি।

অধীৰ অপেক্ষাৰ ৰৈ আছে বিগ বছ১২ৰ অনুৰাগী সকল।

Next Story
চাকৰি