বিধানসভাৰ উপাধ্যক্ষৰ পদত কৃপনাথ মালাহ

বিধানসভাৰ উপাধ্যক্ষৰ পদত কৃপনাথ মালাহ
Published on

বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক কৃপনাথ মালাহ বিধানসভাৰ নতুন উপাধ্যক্ষ পদত নিযুক্তি লাভ কৰিছে । পূৰ্বৰ বিধানসভাৰ উপাধ্যক্ষ তথা শিলচৰৰ বিধায়ক দিলীপ পালে কেইমাহ মানৰ পূৰ্বে পদত্যাগ কৰাত তেওঁৰ স্থান লাভ কৰে কৃপনাথ মালাহে । বুধবাৰৰ পৰা মালাহে উপাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com