বিধেয়কৰ বিৰোধিতা কৰি পুনৰ ৰাজনাথ সিঙক সাক্ষাৎ

বিধেয়কৰ বিৰোধিতা কৰি পুনৰ ৰাজনাথ সিঙক সাক্ষাৎ
Published on

নাগৰিকত্ব (সংশোধনী) বিল,২০১৬ এ যে অসমৰ ক্ষতি কৰিব সেই বিষয়ে পুনৰবাৰ জনাবলৈ অগপ ৰ বিধায়িনী দলৰ প্ৰতিনিধি দল এটাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে। মঙলবাৰে নতুন দিল্লীত সিঙক সাক্ষাৎ কৰি অগপ নেতাসকলে জনাই যে যদি নাগৰিকত্ব বিলখন গৃহীত হয় ইয়ে বিভিন্ন দিশত অসমৰ যথেষ্ঠ ক্ষতি কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com