Top
Begin typing your search above and press return to search.

বিধেয়কৰ বিৰোধিতা কৰি পুনৰ ৰাজনাথ সিঙক সাক্ষাৎ

বিধেয়কৰ বিৰোধিতা কৰি পুনৰ ৰাজনাথ সিঙক সাক্ষাৎ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jun 2018 6:29 AM GMT

নাগৰিকত্ব (সংশোধনী) বিল,২০১৬ এ যে অসমৰ ক্ষতি কৰিব সেই বিষয়ে পুনৰবাৰ জনাবলৈ অগপ ৰ বিধায়িনী দলৰ প্ৰতিনিধি দল এটাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে। মঙলবাৰে নতুন দিল্লীত সিঙক সাক্ষাৎ কৰি অগপ নেতাসকলে জনাই যে যদি নাগৰিকত্ব বিলখন গৃহীত হয় ইয়ে বিভিন্ন দিশত অসমৰ যথেষ্ঠ ক্ষতি কৰিব।

Next Story