বিনামুলীয়া অন্ন বিতৰন কৰিলে লায়ণ্স ক্লাৱে

বিনামুলীয়া অন্ন বিতৰন কৰিলে লায়ণ্স ক্লাৱে
Published on

শিলচৰৰ লায়ণ্স ক্লাৱে অন্ন বিতৰন কৰি এক সুন্দৰ "ফিড দ্যা হাঙ্গগাৰ"নামৰ পদক্ষেপ এটি গ্ৰহন কৰে।তেওঁলোকে প্ৰতিমাহৰ তৃতীয় দেওবাৰত বিনামুলীয়া অন্ন বিতৰন কৰিব।চাউথ কৰ্নাৰে শিলচৰ লগত সহযোগ প্ৰদান কৰি ভোক নিবাৰনৰ প্ৰচেষ্টা হাতত লয়।মেকচিফ্ট এৰেঞ্জমেণ্টে লায়ণ্স ক্লাৱত খাদ্য বিতৰনৰ কাৰ্য্যসূচী আয়োজন কৰি ৩৩০জন লোকক খাদ্য বিতৰন কৰে।এই খাদ্য তথা অন্ন বিতৰন অনুষ্ঠানত নিলঞ্জন গুপ্তা,সজল মিত্ৰা,ৰাজু চৌধুৰী আৰু অন্যান্য লোক সকল উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com