Begin typing your search above and press return to search.

ৰাজস্থানৰ নালত মিগ 21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

ৰাজস্থানৰ নালত মিগ 21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 March 2019 11:48 AM GMT

ৰাজস্থানৰ নালত মিগ 21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত । নিয়মিয়া মিছনৰ সময়ত বিকানিৰ ওচৰত নালত দুৰ্ঘটনাত পতিত হয় বিমান খন । দুৰ্ঘটনাৰ পাছত পাইলট জন নিৰাপদে নামি আহিবলৈ সক্ষম হয় বুলি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াই প্ৰকাশ কৰিছে । দুৰ্ঘটনাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে যদিও চৰাইৰ ফলত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত অনুসন্ধান কৰা হব বুলি প্ৰকাশ কৰে ।

Next Story