বিশ্বনাথত দিনদুপৰতে ধন লোটৰ ঘটনাই গোটেই অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।কৈলাস ডেকা নামৰ লোকজনে বিশ্বনাথৰ চেন্ট্ৰেল বেংকৰ পৰা ১ লাখ টকা উলিয়াই নিজৰ মটৰ চাইকেলত উঠিব লওতেই কৌশলৰে এজন অচিনাকী লোক আহি লোট কৰে ডেকাৰ পৰা ধন খিনি।অচিনাকী লোকজনে বেংকৰ গ্ৰাহক ডেকাৰ মটৰ চাইকেলৰ কাষত দহ টকীয়া নোট কেইটামান পেলাই আপোনাৰ পইচা পৰিল বুলি প্ৰবঞ্চনা কৰি পইচাৰ বেগটো লৈ উধাও হয়। বিশ্বনাথ আৰক্ষী ঘটনা স্থলীত উপস্তিত হৈ তদন্ত অব্যাহত ৰাখিচে।
Begin typing your search above and press return to search.