Begin typing your search above and press return to search.

বিশ্বনাথ জিলাৰ দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা

বিশ্বনাথ জিলাৰ দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2018 8:47 AM GMT

বিশ্বনাথ জিলাৰ ৪২ জন দৰিদ্ৰ পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়।বিশ্বনাথ মহাবিদ্যালয়ত টি কে লিমিটেডে আয়োজিত সমাজ সেৱক জিতেন ভাগৱতীৰ সভাপতিত্বত হোৱা অনুস্থানত শিক্ষান্ত পৰীক্ষাত ৮০ শতাংশ বা তাতোতকৈ অধিন মাৰ্ক লাভ কৰা দৰিদ্ৰ মেধাৱী ছাত্ৰ সকলক সম্বৰ্ধনা জনায়।শিক্ষাৰ্থীসকলক কিতাপ,প্ৰমান পত্ৰ,১০,০০০ টকা নগদ আৰু দৰকাৰী সামগ্ৰী প্ৰদান কৰে।গহপুৰৰ দুগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীৰ লগতে লেখক আৰিফ হালদাৰৰ পত্নীকো সম্বৰ্ধনা জনায়।

Next Story
চাকৰি