Begin typing your search above and press return to search.

বিহাৰৰ মুজাফাৰপুৰ কাণ্ডৰ অনুসন্ধানৰ দায়িত্ব চিবিআইক অৰ্পন কৰা হব : নিতিশ কুমাৰ

বিহাৰৰ মুজাফাৰপুৰ কাণ্ডৰ অনুসন্ধানৰ দায়িত্ব চিবিআইক অৰ্পন কৰা হব : নিতিশ কুমাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2018 1:12 PM GMT

বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে আৰক্ষী সঞ্চালক প্ৰধানক মুজাফাৰপুৰ কাণ্ডৰ অনুসন্ধানৰ দায়িত্ব চিবিআইক প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। এটা বেচৰকাৰী সন্থাৰ কাৰ্য্যালয়ত ৩০ গৰাকীকৈ যুৱতীক ধৰ্ষণৰ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল,যত ১১ জনকৈ লোকৰ ভিতৰত চৰকাৰী বিষয়াও জড়িত আছিল।মুজাফাৰপুৰৰ আৰক্ষীয়ে কাৰ্য্যবাহী দণ্ডাধীষ প্ৰিয়াৰানী গুপ্তাৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত বেচৰকাৰী সন্থাটোৰ কাৰ্য্যালয়ৰ চৌহদত মৃতদেহসমূহৰ সন্ধানত খননকাৰ্য্য চলাইছিল।

Next Story
চাকৰি