২১শতিকাৰ আটাইতকৈ দীঘল পূৰ্ণ চন্দ্ৰগ্ৰহণ।সংঘটিত হ'ব তিনিটাকৈ বিৰল মহাজাগতিক পৰিঘটনা। শতিকাটোৰ আটাইতকৈ দীঘল পূৰ্ণ চন্দ্ৰ গ্ৰহণ।আজি নিশা ১০.৫৩ বজাৰ পৰা আৰম্ভ হ'ব আংশিক চন্দ্ৰগ্ৰহন।নিশা ১বজাৰ পৰা ২.৪৩ বজালৈ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব।পৃথিৱীৰ নিকটস্থানত অৱস্থান কৰিব মঙল গ্ৰহই,প্ৰচণ্ড উল্কা বৃষ্টি সংঘটিত হ'ব মহাকাশত।
Begin typing your search above and press return to search.