Begin typing your search above and press return to search.

বিৰাট কোহলিয়ে 'খেল ৰত্ন' বটাঁ গ্ৰহন কৰা মূহৰ্তৰ কেইখন মান সুন্দৰ ফটো

বিৰাট কোহলিয়ে খেল ৰত্ন বটাঁ গ্ৰহন কৰা মূহৰ্তৰ কেইখন মান সুন্দৰ ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2018 10:29 AM GMT

যোৱা মঙল বাৰে ভাৰতীয় ক্ৰিকেট খেলুৱৈ বিৰাট কোহলিয়ে লাভ কৰিবলৈ সক্ষম হ'ল 'ৰাজীৱ গান্ধী খেল ৰত্ন বটাঁ ২০১৮' । বটাঁ প্ৰদান কৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ ।

অনুষ্ঠানত উপস্থিত থাকে বিৰাটৰ পত্নী তথা বলীউদৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাও ।২০১৭ চনৰ ডিচেম্বৰৰ ইটালীত বিবাহ পাশত আৱদ্ধ হোৱা দম্পত্তী হালে ইজনে ইজনৰ সফলতাক লৈ খুউব উৎসাহিত ।যোৱা মঙল বাৰে বটাঁ লাভ কৰাৰ সময়ৰ কেইখনমান সুন্দৰ ফটো তলত প্ৰকাশ কৰা হ'ল ।

Next Story
চাকৰি