Begin typing your search above and press return to search.

বৈজ্ঞানিক সহায়কৰ ৰহস্যজনক মৃত্যু

বৈজ্ঞানিক সহায়কৰ ৰহস্যজনক মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2018 8:00 AM GMT

যোৱা দেওবাৰে কাহিলিপাৰাস্থিত ফৰেনছিক বিজ্ঞান নিৰ্দেশালয়ৰ বৈজ্ঞানিক সহায়ক প্ৰদীপ কুমাৰ শইকীয়া কাৰ্য্যালয়ৰ শৌচাগাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। ব্যক্তি জনে সঞ্চালকলয়ৰ টক্সিক'লজি বিভাগত কৰ্মৰত।জানিব পৰা মতে,শইকীয়াই নিজ কাৰ্য্যালয়ৰ চৌহদৰ ভিতৰত থকা আৱাসিক গৃহতত আছিল আৰু পোষ্টমৰ্টেন তথ্য অনুসৰিহে পৰৱৰ্ত্তী পৰ্য্যায়ত মৃত্যুৰ প্ৰকৃত ৰহস্য জানিব পৰা যাব।

Next Story
চাকৰি