বৈঠালাংছুত আধাৰশিলা স্থাপন

বৈঠালাংছুত আধাৰশিলা স্থাপন
Published on

বৈঠালাংছুৰ বিধায়ক মানসিং ৰংপিয়ে যোৱা মঙলবাৰে হেমৰেন ৰংবং ৰংহাং খেলপথাৰৰ অশোভিত গৃহৰ আধাৰশিলা স্থাপন কৰে।আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত কাৰ্বি আংলংৰ জিলা উপায়ুক্ত দেৱজিত হাজৰিকা আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।আধাৰশিলা স্থাপন কৰা পূৰ্বেই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com