কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বোকাখাত মহকুমা সমিতিয়ে বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এক উত্তাল প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।সংগঠনটোৰ সদস্য সকলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পই ক্ষতিগ্ৰস্ত কৰা লোকসকলক উচিত ক্ষতিপূৰণ, কৃষি ঋণ ৰেহাই, মহুৰাৰ সমবায় সমিতিৰ সভাপতিক গ্ৰপ্তাৰ কৰা, গ্ৰেটাৰ কাজিৰঙা পানীযোগান আঁচনিৰ পৰা ৰাইজক পানী যোগান ধৰা, কঁহৰা আদৰ্শ চিকিৎসালয় মুকলি আৰু বান-গড়াখহনীয়া প্ৰতিৰোধ আদি বিভিন্ন দাবী উত্থাপন কৰে।কাৰ্য্যসুচীত সংগঠনটোৰ বিষয়ববীয়াৰ লগতে শতাধিক সদস্য উপস্থিত থাকি পৰিবেশ উত্তাল কৰি তোলে।
Begin typing your search above and press return to search.