Begin typing your search above and press return to search.

বয়ঃসন্ধি কালৰ ল'ৰা-ছোৱালীৰ বাবে আত্মৰক্ষাৰ কৰ্মশালাৰ আয়োজন

বয়ঃসন্ধি কালৰ লৰা-ছোৱালীৰ বাবে আত্মৰক্ষাৰ কৰ্মশালাৰ আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Oct 2018 8:58 AM GMT

যোৱা শনিবাৰে শিৱসাগৰ জিলাত বয়ঃসন্ধি ল'ৰা-ছোৱালীৰ বাবে আয়োজন কৰা আত্মৰক্ষা কৰ্মাশালা অনুষ্ঠানটিৰ উদ্ধোধন কৰা হয় । অনুষ্ঠানটি তিনিগৰাকী মহিলাৰ উদ্যোগত আয়োজন কৰা হৈছে,সেই কেইগৰাকী ক্ৰমে,য়াচমি কাৰ্বা ৰাথী,প্ৰতিভা লাডহা আৰু ৰাশী লাহতী । উদ্ধোধনী অনুষ্ঠান খন মাাৰুৱাৰীপট্টী মহেশ্বৰী খেলপথাৰত অনুষ্ঠিত হয়,শিৱসাগৰ জিলাৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাঁয়ে মত প্ৰকাশ কৰি কয় যে,আয়োজন কৰা এই প্ৰশিক্ষন তথা কৰ্মশালা অতি প্ৰশংসনীয় ।

ঝাঁয়ে নিশ্চিত হৈ কয় যে,বিশেষকৈ ছোৱালী সকলৰ বাবে সুৰক্ষাৰ বাবে অতি সুপদক্ষেপ আৰু কয় যে,তেওঁলোকে পৰিৱেশ সুৰক্ষাৰ বাবে সকলো সুবিধা প্ৰদান কৰিব,বিশেষকৈ মহিলা আৰু ছোৱালী সকলৰ বাবে ।

Next Story
চাকৰি