কৰিমগঞ্জৰ মহিলা সমাৰোহত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ইয়াৰ লগতে বৰাক উপত্যকাৰ বাট-পথ মেৰামতিৰ বাবে অতিৰিক্ত সাহায্য প্ৰদান কৰিব বুলিও মত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।অহা ৩০জুলাইত প্ৰকাশ পাব লগীয়া এন আৰ চিৰ দ্বিতীয় খন খচৰাক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই আৰু সকলো ভাৰতীয়ৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
Begin typing your search above and press return to search.