Begin typing your search above and press return to search.
বৰ্ষাবিঘ্নিত দ্বিতীয় টি-২০ খেলত জয়ৰ বাবে ভাৰতৰ সন্মুখত ১৩৭ ৰাণৰ লক্ষ্য

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত চলি থকা টি-২০ শৃখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ সন্মুখত জয়ৰ বাবে ১৩৭ ৰাণৰ লক্ষ্য
বান্ধি দিছে অষ্ট্ৰেলিয়াই। টছত জয়ী হৈ ভাৰতে অষ্ট্ৰেলিয়াক বেটিংৰ বাবে আমন্ত্ৰণ জনাই। বৰষুণে বিধি পথালি দিয়া খেলখনত ভাৰতীয় বলাৰ সকলৰ নিয়ন্ত্ৰিত বলিঙৰ বাবে অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ১৯ অভাৰত ৭ টা উইকেট হেৰুৱাই ১৩২ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ খলিল আহমেদে দুটা, ভূৱনেশ্বৰ কুমাৰে দুটা, বুমৰাহ,কুলদীপ যাদৱ আৰু ক্ৰণাল পাণ্ডেয়াই এটাকৈ উইকেট দখল কৰে।
Next Story