Begin typing your search above and press return to search.

'ভগ' কভাৰত ফ্লৰেল প্ৰিণ্টত ৰনবীৰ সিঙ আৰু চাৰা চাম্পায়ৰ; ফটো আৰু ভিডিঅ'

ভগ কভাৰত ফ্লৰেল প্ৰিণ্টত ৰনবীৰ সিঙ আৰু চাৰা চাম্পায়ৰ; ফটো আৰু ভিডিঅ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Oct 2018 10:56 AM GMT

'ভগ' মেগাজিন তথা আলোচনীৰ কভাৰ পেজত এইবাৰ ৰনবীৰ সিঙ আৰু পতুৰ্গীজ মডেল চাৰা চাম্পায়ক দেখা পোৱা গৈছে । দুয়োকে অতি সুন্দৰ লাগিছে,নীলা ৰঙৰ ফ্লৰেল প্ৰিণ্টৰ কাপোৰ পৰিধান কৰিছে ।ৰনবীৰে পিন্ধিছে নীলা ৰঙৰ জেকেট আৰু ধূটী পেণ্ট আৰু চাৰাই পৰিধান কৰিছে নীলা ৰঙৰ ফ্লৰেল স্কাৰ্ট,বাস্তায়াৰ আৰু জেকেট । দুয়ো গৰাকীৰ সুন্দৰ ফটো তলত প্ৰকাশ কৰা হ'ল,,,,

https://www.instagram.com/p/Boib6E7hI4Y/?taken-by=ranveersingh

https://www.instagram.com/p/BohdPDGn20Z/?taken-by=anaitashroffadajania

Next Story