এটাৰ পিছত এটাকৈ পদক কঢ়িয়াবলৈ সক্ষম হৈছে ভাৰতীয় গৌৰাৱান্বিত খেলুৱৈ সকলে।এছিয়ান গেমছত পুনৰ ভাৰতলৈ আহিল আৰু এটা ব্ৰঞ্জৰ পদক।ডিছকাছ থ্ৰ’ত সীমা পুনিয়াই জিনিলে ব্ৰঞ্জৰ পদক।এছিয়ান গেমছত এইপৰ্যন্ত মুঠ ৫৫টা পদক ভাৰতলৈ ইয়াৰে ১১টা স্বৰ্ণ পদক, ২০টা ৰূপৰ পদক আৰু ২৪টা ব্ৰঞ্জৰ পদক।
Begin typing your search above and press return to search.