Begin typing your search above and press return to search.
ভাৰতীয় নিৰ্বাচন আয়োগৰ এক বিশেষ নিৰ্দেশ

মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাৰ সভাপতিত্বত শুক্ৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠক খনত উপস্থিত থকা বিষয়াসকলক আয়োগে আগন্তক নিৰ্বাচনত যাতে ধনৰ কোনো ধৰণৰ লেন দেন নহয় তাৰ কাৰণে সস্ত্ৰম হ’বলৈ নিৰ্দেশ দিয়ে। অন্যহাতে,এই বৈঠকখনত কৰ বিভাগৰ বিষয়া,আইন প্ৰৱৰ্তন কৰা সন্থা,কেন্দ্ৰীয় অৰ্দ্ধ সামৰিক বাহিনীৰ প্ৰতিনিধি সকল উপস্থিত আছিল ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story