ভাৰতীয় সাম্যবাদী দলৰ অৱস্থান ধৰ্মঘট

ভাৰতীয় সাম্যবাদী দলৰ অৱস্থান ধৰ্মঘট
Published on: 

লক্ষিমপুৰ জিলা ভাৰতীয় সাম্যবাদী দলৰ সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন দাবী উত্থাপনেৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ন কৰে।দলটোৱে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বিৰুধীতা কৰাৰ লগতে লক্ষিমপুৰ জিলাৰ বানপানী আৰু খহনীয়া ৰোধ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ মুল্য হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই।নিপকোক ৪০০ কোটি টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক হেচা প্ৰয়োগ কৰিবলৈ আহ্বান কৰে।লক্ষিমপুৰ জিলাৰ সম্পাদক অৰুপ কলিতাৰ লগতে দলতো বহুকেইজন নেতা-কৰ্মীয়ে ধৰ্মঘটটোত অংশগ্ৰহন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com