Begin typing your search above and press return to search.

ভাৰতৰ সৈতে সুসম্পৰ্ক ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ লগত আলোচনাত বহিম : ইমৰান খান

ভাৰতৰ সৈতে সুসম্পৰ্ক ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ লগত আলোচনাত বহিম : ইমৰান খান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2018 7:56 AM GMT

ভাৰতৰ লগত সুসম্পৰ্ক ৰক্ষাৰ বাবে মোডী চৰকাৰৰ সৈতে আলোচনাত বহাৰ পোষকতা কৰিছে পাকিস্তাৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা দেশখনৰ ভাবী প্ৰধানমন্ত্ৰী ইমৰান খানে। কাস্মীৰৰ জলন্ত সমস্যাটো সমাধানৰ বাবেও খানে আলোচনা কৰাৰ কথা কয়।লগতে কয় যে ভাৰতৰ চৰকাৰ যদি সাজু আমি আলোচনাৰ বাবে সম্পূৰ্ণ সাজু । ইমৰান খানৰ ৰাজনৈতিক দল পাকিস্থান-টেহৰিক-ই-ইনচাফ দলে পাকিস্থানৰ সাধাৰন নিৰ্বাচনত সংখ্যাগৰিষ্ঠ লাভ কৰি বিজয় লাভ কৰিছে।দলৰ অধক্ষ্য খানে ৫ খন আসনত প্ৰতিযোগিতা আগবঢ়াই আটাইকেইখনতে বিজয় লাভ কৰে।

Next Story
চাকৰি