Top
Begin typing your search above and press return to search.

ভূপেন হাজৰিকাৰ সন্মানৰ অৰ্থে সংগ্ৰহালয় নিৰ্মাণ

ভূপেন হাজৰিকাৰ সন্মানৰ অৰ্থে সংগ্ৰহালয় নিৰ্মাণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2018 7:48 AM GMT

ড° ভূপেন হাজৰিকা আৰু তেওঁ আগবঢ়াই যোৱা অৱদান সমূহক সংগ্ৰহালয়ত সজীৱ কৰি ৰখাৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰৰ ড° ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত এটা সংগ্ৰহালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হব।

এই সমাধি ক্ষেত্ৰত সংগ্ৰহালয় নিৰ্মাণৰ পিছত বাহিৰৰ পৰা বহু মানুহৰ আগমন ঘটিব বুলি আশা কৰা হৈছে।

Next Story