অসমত বসবাস কৰা কিছুসংখ্যক খিলঞ্জীয়ালোক বিভিন্ন কাৰণত ভূমিহীন হৈ থকা আৰু তাৰফলত তেওঁলোক পৰিচয় আৰু বিদ্যমানতাৰ ওপৰত উঠা প্ৰশ্নই আজি কিছুদিনৰ পৰা বাতৰিৰ শিৰোনামা দখল কৰি থকাৰ পিছতো এই ক্ষেত্ৰত কোনো ধৰণৰ আশাৰ ৰেঙণী দেখা পোৱা নাই। কিন্তু পলমকৈ হ'লেও দিশপুৰে ভূমিপুত্ৰসকলক ভূমি পট্টা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰে আৰু বানপানী আৰু গড়াখহনীয়াৰ ফলত ভূমিহীন হোৱা লোকসকলৰ বাবেও নতুন ভূমিনীতি বনোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে।
Begin typing your search above and press return to search.