Begin typing your search above and press return to search.

মহালয়াৰ উপলক্ষে ব্যতিক্ৰমী বাটৰ নাটৰ উপস্থাপন

মহালয়াৰ উপলক্ষে ব্যতিক্ৰমী বাটৰ নাটৰ উপস্থাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Oct 2018 6:53 AM GMT

অধীৰ আশাৰে বাট চায় থকা দূৰ্গা পূজাৰ আৰম্ভনি ইতিমধ্যে সমগ্ৰ দেশতে আৰম্ভ হয় । যোৱা সোম বাৰে সকলো লোকে মহালয়া পালন কৰে । সংস্কৃতত "মহা" মানে হৈছে ভাল আৰু "আলয়" মানে গৃহ। এই পূজাই মা দূৰ্গা ঘৰলৈ আহে বুলি বিশ্বাস কৰিব পাৰি । এই মহালয়া উদযাপনৰ সময়তে চাত্ত্যায়নী সৰ্বজনীন দূৰ্গা পূজা কমিটিৰ মুঠ ৩০ গৰাকী শিল্পীয়ে কোনো বৃত্তিমূলক প্ৰশিক্ষন নোলোৱাকৈ সৰুপথাৰত এখনি বাটৰ নাটৰ উপস্থাপন কৰে । বহু সংখ্যক লোকে এই বাটৰ নাট চাবলৈ সৰুপথাৰ টাউন ভিৰ কৰেহি ।

Next Story
চাকৰি