Begin typing your search above and press return to search.

মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিজেপিক কটাক্ষ শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেৰ

মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিজেপিক কটাক্ষ শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2018 1:02 PM GMT

ৰাজ্য সভাৰ সাংসদ সঞ্জয় ৰাউতৰ লগত হোৱা এটা সাক্ষাৎকাৰত শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেৰ দেশৰ মহিলাৰ নিৰাপত্তাৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টী দলক সমালোচনা কৰে।থাকৰেই বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক সমালোচনা কৰি কয় যে শ্বাহে মহাৰাষ্ট্ৰত হিন্দুত্বভা জোট ভঙাৰ চেষ্টা কৰিছে।শিৱসেনাৰ মুৰব্বীজনে কয় নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰক কটাক্ষ কৰি কয় যে ভাৰতবৰ্ষ বৰ্তমান মহিলাৰ বাবে একেবাৰে নিৰাপত্তা নাইকিয়া এখন দেশ,যত মানুহৰ পৰিবৰ্তে গৰুক নিৰাপত্তা দিয়া হয়।তেওঁ লগতে কয় যে গোমাতা নিৰাপত্তা দিয়াৰ মই বিৰুধী নহয় কিন্তু চৰকাৰে তাৰ লগতে মহিলাসকলকো নিৰাপত্তা দিয়াৰ কথা ভাবিব লাগে।

Next Story
চাকৰি