Begin typing your search above and press return to search.
মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুতগতিত বাঢ়িছে অসমত

অসমত মহিলা কিমান সুৰক্ষিত? আজিৰ তাৰিখত অসমৰ বাবে কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে।বিগত ৬ বছৰৰ পৰা অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব ধৰিছে।আৰক্ষীৰ তথ্য অনুসৰি ২০১৩ চনত ৪২২২টা অপহৰণ,১৯৩৭টা ধৰ্ষন,২৪০৯টা নিৰ্যাতন,২০১৪ত মুঠ ১৯,১৩৭টা ঘটনা,২০১৫ চনত ২৩,২৫৯ টা ঘটনা,২০১৮ এতিয়ালৈ ১,৯৭৬ টা অপহৰণ,৫৩৪ টা ধৰ্ষণ,১,২২৯ টা নিৰ্যাতনৰ ঘটনা,৩০০০ টা ঘৰুৱা কন্দলৰ পৰা হোৱা ঘটনা পঞ্জীয়ন হৈছে।২০১৩ চনৰ পৰা ২০১৮ চনলৈ মুঠ ১,০৯,৬৬০ টা কেচ পঞ্জীয়ন হৈছে।আৰক্ষী বিভাগ চূড়ান্ত ভাৱে বৰ্থ্য হৈছে অপৰাধীক নাকী লগোৱাৰ ক্ষেত্ৰত।মহিলাৰ লগতে সাধাৰন জনতা অসমত অপৰাধ দ্ৰুতগতিত বঢ়াৰ বাবে শংকিত হৈ পৰিছে।
Next Story