Begin typing your search above and press return to search.

মানসিকভাৱে বিকাৰগস্ত যুৱক সন্ধানহীন

মানসিকভাৱে বিকাৰগস্ত যুৱক সন্ধানহীন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Sep 2018 6:53 AM GMT

গোলাঘাট জিলাৰ নৰাকোঁৱৰ বনগাঁওৰ সীমান্ত জ্যোতি বৰা নামৰ এজন মানসিকভাৱে বিকাৰগস্ত যুৱক ৪ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছে।নিজ মাতৃৰ লগত গোলাঘাট চহৰলৈ চিকিৎসাৰ বাবে যোৱাৰ সময়তে চক বজাৰৰ পৰা নিখোজ হয় যুৱকজন।যুৱক জনে হালধীয়া স্পৰ্টিং আৰু ক'লা ৰঙৰ পেন্ট পৰিধান কৰি আছিল।

নৰাকোঁৱৰ বনগাঁও নিবাসী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া তিলক বৰাৰ কনিষ্ঠ পুত্ৰ জন নিখোজ হোৱাত চিন্তাত পৰিছে পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজ।কোনো ব্যক্তিয়ে যদি এই যুৱক জনৰ সন্ধান পায় বা কৰোৱাত দেখে ৯৪০১৫৪২০৫৭ নম্বৰত জনাবলৈ আহ্বান জনাইছে ভুক্তভূগী পৰিয়ালটোৱে।পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে জানিব পৰা গৈছে।

Next Story
চাকৰি