Begin typing your search above and press return to search.
মুকলি হ’ব “অৰবিন্দ চামেথা”ৰ টিচাৰ এই স্বাধীনতা দিৱসত

আজি ৰাতিপুৱা,জুনিয়ৰ এনটিআৰয়ে ঘোষনা কৰিলে যে,নতুনকৈ আহিবলগা ছবি "অৰবিন্দ চামেথা"ৰ টিচাৰ মুকলি কৰা হ'ব অহা ১৫আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসত।ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা লগতে ছবি খনৰ নিৰ্মাতা ত্ৰিবিক্ৰম শ্ৰীনিৱাসেও টুইটাৰ যোগেদি এই কথা প্ৰকাশ কৰিছে।ছবি খনৰ জুনিয়ৰ এনটিআৰৰ বিপৰীতে দেখা পোৱা যাব মহেঞ্জদাৰো ছবি খনৰ মুল অভিনেত্ৰী পূজা হেগদেক।
ছবি খনত দেখা পোৱা অনুসৰি জুনিয়ৰ এনটিআৰক ৰিয়েল বছ হিচাপত দেখা গৈছে।আশা কৰিব পাৰি ছবি খনক দৰ্শকে অতি সুন্দৰকৈ আকোৱালি লব।
Next Story