অহা অক্টোবৰৰ ১৫ তাৰিখে কোকৰাঝাৰ জিলাৰ টাউনত খ্ৰীষ্টাৰ্ন সকলৰ ধৰ্মীয় উপাসনা গীৰ্জা ঘৰ জন বস্ক মুকলি কৰা হ'ব ।এই কথাৰ মত ব্যক্ত কৰে কোকৰাঝাৰৰ অধীক্ষক আৰু যাজক ফাডাৰ পি.এ পিটাৰে । নতুন গীৰ্জা ঘৰটি মুকলি কৰিব বঙাইগাঁওৰ বিছপ ৰেভ থমাচ পুল্লপ্পিল্লিলে আৰু গুৱাহাটীৰ ফাডাৰ জাৰুয়াচ এচ চাংমাই । উদ্ধোধনী অনুষ্ঠানত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব ।
Begin typing your search above and press return to search.