মুকলি হ'ল 'থগচ অৱ হিন্দুস্তান'ৰ ট্ৰেইলাৰ,ফটো

মুকলি হ'ল 'থগচ অৱ হিন্দুস্তান'ৰ ট্ৰেইলাৰ,ফটো
Published on: 

বৰ্তমান অতি চৰ্চিত অৱস্থাত থকা 'থগচ অৱ হিন্দুস্তান'ৰ ট্ৰেইলাৰ মুকলি হ'ল ।মুম্বাইৰ আইমেক্স থিয়েটাৰত মুকলি কৰা হৈছে ছবি খনৰ ট্ৰেইলাৰটি।অনুষ্ঠানত উপস্থিত থাকে ছবি খনৰ অভিনেতা অভিনেত্ৰী,অমিতাভ বচ্চন,আমিৰ খান,কেটৰিনা কাঈফ, ফাতিমা চানা শ্বেইখ । ট্ৰেইলাৰ মুকলি কৰা মূহৰ্তৰ তলত কেইখন মান ফটো তলত প্ৰকাশ কৰা হ'ল,

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com