অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নীলাচল পাহাৰত আজিৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মেলাৰ শুভদ্ধোনী কৰে। উপস্থিত থাকে অসমৰ লগতে উত্তৰ-পূৱৰ ভিন্ন ধৰ্মগুৰু আৰু সত্ৰাধিকাৰসকল।এই অনুষ্ঠান গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। অম্বুবাচী মেলা হৈছে আধ্যাত্মিক,সাংস্কৃতিক আৰু সামাজিক নৈতিক মুল্যবোধ বুলি সোণোৱালে মত প্ৰকাশ কৰে।
Begin typing your search above and press return to search.